দেশবাসীক স্তম্ভিত কৰি মল্লযুঁজক বিদায় দিলে ভিনেশ ফোগাটে....

assam

দেশবাসীক স্তম্ভিত কৰি মল্লযুঁজক বিদায় দিলে ভিনেশ ফোগাটে
X হেণ্ডেলযোগে দেশবাসীলৈ দুখজনক বাৰ্তা ফোগাটৰ
‘মা কুস্তিয়ে মোক হৰুৱাই দিলে’
‘আপোনাৰ সপোন, মোৰ সাহস সকলো ভাগি গ’ল’
‘ইয়াতকৈ আৰু অধিক শক্তি মোৰ নাই’
বিদায় কুস্তি ২০০১-২০২৪’
‘চিৰদিন আপোনালোকৰ ঋণি হৈ থাকিম’
 

Category