'USTM, DELHI PUBLIC SCHOOLৰ বাবে গুৱাহাটীত পানী হৈছে', গুৱাহাটীৰ বান সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ....

cmo assam

গুৱাহাটীৰ কৃত্ৰিম বানক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ
কৃত্ৰিম বানৰ কাৰণ দৰ্শালে মুখ্যমন্ত্ৰীয়ে
৯০ মিনিটৰ বৰষুণত মহানগৰীত স্তব্ধ জনজীৱন
মেঘালয়ৰ ৰিভয় জিলাত অভিলেখ পৰিমাণৰ বৰষুণ
'USTM, DELHI PUBLIC SCHOOLৰ বাবে গুৱাহাটীত পানী হৈছে'
মেঘালয়ৰ পৰা অহা পানীৰ বাবে হৈছে গুৱাহাটীত বান।
একে সময়তে গুৱাহাটীতো মূষলধাৰ বৰষুণ
মেঘালয়ত ১০০ মিঃমিঃৰত বৰষুণৰ তাণ্ডৱ
গুৱাহাটীতো একে সময়তে ৬০ মিঃমিঃৰত বৰষুণ
ফলত মহানগৰীৰ বিভিন্ন স্থানত সৃষ্টি কৃত্ৰিম বানৰ
কৃত্ৰিম বানৰ ভয়াৱহতাক লৈ বিভাগীয় পক্ষৰে আলোচনা
আগতীয়া সতৰ্কবাণী আৰু দ্ৰুত ব্যৱস্থাৰে সমাধানৰ নিৰ্দেশ
মেঘালয় চৰকাৰৰ সৈতেও আলোচনাৰ পোষকত CMৰ
আগতীয়া সতৰ্কতাৰ বাবে লোৱা হ’ব বিশেষ পদক্ষেপ
আজি কৃত্ৰিম বানৰ প্ৰতিবেদন দিব জিলা আয়ুক্তই
আজি পুনৰ মহানগৰ উন্নয়ন মন্ত্ৰীৰে আলোচনাৰ সম্ভাৱনা

Category