অসমৰ বাবে এক ঐতিহাসিক দিন, চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি.....

Charaideo Moidam

আজি অসমবাসীৰ বাবে ঐতিহাসিক দিন
UNESCOৰ তালিকাত অন্তৰ্ভুক্ত হ’ল চৰাইদেউ মৈদাম
চৰাইদেউয়ে লাভ কৰিলে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি
চৰাইদেউক বিশ্ব ঐতিহ্যক্ষেত্ৰৰূপে স্বীকৃতি UNESCOৰ
বিশ্বৰ বুকুত জিলিকি উঠিল বুৰঞ্জীপ্ৰসিদ্ধ চৰাইদেউ মৈদাম 
কাজিৰঙা, মানাহৰ পিছত চৰাইদেউ মৈদামে পালে এই বিৰল স্বীকৃতি
মাহেন্দ্ৰ ক্ষণৰ সাক্ষী হ’ল অসমবাসীৰ লগতে সমগ্ৰ দেশবাসী
ভাৰতৰ ৪৩ সংখ্যক বিশ্ব ঐতিহ্য চৰাইদেউ মৈদাম 
ৰাজ্যৰ তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি চৰাইদেউক

Category