মোদী 3.0 চৰকাৰৰ কেন্দ্ৰীয় বাজেট, এইবাৰৰ বাজেটত কি কি বিষয়ত গুৰুত্ব দিয়া হৈছে?....

nirmala sitharaman

 

বিত্তবৰ্ষ ২০২৪-২৫ৰ বাবে কেন্দ্ৰীয় বাজেট

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট দাখিল

সপ্তমবাৰৰ বাবে সদনত বাজেট দাখিল সীতাৰমণৰ

লোকসভাত উপস্থিত প্ৰধানমন্ত্ৰী, বিৰোধী দলপতি

বাজেটত ৪টা খণ্ডৰ ওপৰত বিশেষ গুৰুত্ব

মহিলা, যুৱক, কৃষক, দৰিদ্ৰৰ ওপৰত অগ্ৰাধিকাৰ

দক্ষতা বিকাশেৰে নিয়োগৰ ওপৰত গুৰুত্ব

৪ কোটি নতুন নিয়োগ সৃষ্টিৰ ওপৰত গুৰুত্ব

কৃষিখণ্ডৰ বাবে ১০ হাজাৰ জৈৱ গৱেষণা কেন্দ্ৰ

গ্ৰাম্য অৰ্থনীতি অধিক টনকিয়াল কৰাৰ লক্ষ্য

নিয়োগ সৃষ্টিৰ বাবে ৩ খন নতুন আঁচনি

২০ লাখ যুৱকৰ দক্ষতা বৃদ্ধিৰ বাবে নতুন আঁচনি

মহিলাকেন্দ্ৰিক দক্ষতা বৃদ্ধি আঁচনিৰো ঘোষণা

শিক্ষা আৰু নিয়োগৰ বাবে ১.৪৮ লাখ কোটি ধাৰ্য

উচ্চ শিক্ষাৰ বাবে ১০ লাখপৰ্যন্ত ঋণ আঁচনি

পূৰ্ব ভাৰতৰ বাবে ‘পূৰ্বোদয়া’ আঁচনি

বিহাৰৰ বাবে বৃহৎ এক্সপ্ৰেছৱে’ আঁচনি ঘোষণা

বিহাৰৰ বিকাশৰ বাবে বিশেষ অনুদান ঘোষণা

অন্ধ্ৰপ্ৰদেশৰ বাবেও বিশেষ অনুদান ঘোষণা

আন্তঃগাঁথনি বিকাশৰ বাবে অন্ধ্ৰপ্ৰদেশক বিশেষ অনুদান

গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ বাবে ২.৬৬ লাখ কোটি ধাৰ্য

MSME খণ্ডত উদগণিৰ বাবে আত্মনিৰ্ভৰ আঁচনি

নিৰ্মাণ খণ্ডৰ বাবে ক্ৰেডিট গেৰাণ্টি আঁচনি

PMAYৰ অধীনত ৩ কোটি নতুন ঘৰ প্ৰদানৰ লক্ষ্য

মুদ্ৰা ঋণ আঁচনিত ১০ লাখৰ পৰা ২০ লাখলৈ বৃদ্ধি

নিয়োগ আৰু কৌশল বিকাশৰ বাবে ২ লাখ কোটি

ৰপ্তানি খণ্ডত ই-কমাৰ্চৰ উদগণিৰ বাবে PPP SCHEME

অসমৰ বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ বাজেট

নগৰ আৱাসৰ বাবে ১০ লাখ

Category