জম্মু কাশ্মীৰৰ ৰাজৌৰীত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ! আহত এজন সেনা জোৱান.....

Jammu & Kashmir

জম্মু কাশ্মীৰৰ ৰাজৌৰীত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ
সোমবাৰে পুৱাই সেনাৰ শিৱিৰত আক্ৰমণ সন্ত্ৰাসবাদীৰ
সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত এজন সেনা জোৱান
ৰাজৌৰীৰ গুন্ধা এলেকাত সেনাৰ শিবিৰত এই আক্ৰমণৰ ঘটনা
সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লগে লগে সেনা বাহিনীৰ তৎপৰতা
সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযানত অব্যাহত 
আহত সৈনিকজনক চিকিৎসালয়ত ভৰ্তি

Category