ৰাজ্যত জাপানীজ এনকেফ্লেলাইটিজ, ডেংগুৰ প্ৰাৰ্দুভাৱ! বৰ্তমান লৈ ৫ জনৰ মৃত্যু, চিকিৎসাধীন ২২ গৰাকী.....

dengue

ৰাজ্যত জাপানীজ এনকেফ্লেলাইটিজ, ডেংগুৰ প্ৰাৰ্দুভাৱ
GMCHত চিকিৎসাধীন ২২ গৰাকীকৈ ৰোগী
JEত আক্ৰান্ত হৈ মৃত্যু ৫ জন লোকৰ
ডেংগীত আক্ৰান্ত হৈ চিকিৎসাধীন ১২ গৰাকী
মৃত্যু হোৱা অধিকাংশ শিশু আৰু বয়োজ্যেষ্ঠ
ৰহাৰ আমচৈত JEত আক্ৰান্ত হৈ মৃত্যু কিশোৰৰ
GMCHত চিকিৎসাধীন হৈ আছিল মাধুৰ্য কোঁৱৰ
মঙলবাৰে বিয়লি মৃত্যু হয় কিশোৰটিৰ
বঙাইগাঁওত JEত আক্ৰান্ত ১২ গৰাকী
JEত আক্ৰান্ত হৈ মৃত্যু এজনৰ
চিকিৎসালয়ত ভৰ্তি হৈ আছে ৩ গৰাকীকৈ ৰোগী

Category