ভুৱা চিকিৎসক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ, নিজকে মেডিচিন বিভাগৰ চিকিৎসক বুলি দিছিল পৰিচয়....

fake doc

মহানগৰীত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ
ৰাজগড়ৰ তৰুণ নগৰত ভঙাগড় আৰক্ষীৰ অভিযান
দেৱী মা কামাখ্যা নামৰ এখন ফাৰ্মাচীত অভিযান
গ্ৰেপ্তাৰ নবীন কুমাৰ মিশ্ৰ নামৰ ভুৱা চিকিৎসকজনক
নিজকে মেডিচিন বিভাগৰ চিকিৎসক বুলি দিছিল পৰিচয়
দুবছৰ ধৰি ফাৰ্মাচীখনত ৰোগী চাইছিল লোকজনে
দুজন চিকিৎসকৰ তৎপৰতাত পোহৰলৈ ভয়ংকৰ তথ্য
চিকিৎসক দুজনে এজাহাৰ দিছিল ভঙাগড় থানাত

Category