
অত্যধিক বৰষুণৰ ফলত ভয়ংকৰ বান পৰিস্থিতি দিল্লীত
দিল্লী আৰু ৰাজধানী এলেকা ক্ষেত্ৰত বৰষুণৰ অভিলেখ
বিগত ৮৮ বছৰত বৰষুণে ৰচিছে অভিলেখ
ৰাজধানী দিল্লীৰ বাট-পথত ৪-৫ ফুটলৈ পানী
আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বৰষুণ-ধুমুহাত বিস্তৰ ক্ষতি
বিমানবন্দৰৰ চাঁদ ভাঙি কেইবাখনো বাহনৰ বিস্তৰ ক্ষতি
আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চাঁদ ভাঙি নিহত ১, আহত ৮
Category
- Log in to post comments