অসম বিধানসভাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে স্বায়ত্ব শাসিত পৰিষদ সন্মিলন...

assam

 

আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই সন্মিলন 

বিধানসভাৰ পুৰণি ভৱনত অনুষ্ঠিত হৈছে এই সন্মিলন 

সন্মিলনত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা, ৰণোজ পেগু, নন্দিতা গাৰ্লোছা 

১০ খন স্বায়ত্ব শাসিত পৰিষদৰ CEM কে ধৰি নেতৃত্বত উপস্থিত

Category