কাইলৈ অম্বুবাচীৰ প্ৰবৃত্ত! দেশী-বিদেশী ভক্তৰে ভৰিছে কামাখ্যাধাম.....

ambubachi mela

কাইলৈ অম্বুবাচীৰ প্ৰবৃত্ত
অম্বুবাচীক লৈ উখল-মাখল নীলাচল পাহাৰ
দেশী-বিদেশী ভক্তৰে ভৰিছে কামাখ্যাধাম
অম্বুবাচীৰ বাবে মন্দিৰ পৰিচালনা সমিতিৰ ব্যাপক প্ৰস্তুতি
নীলাচলত তৎপৰ ৰাজ্য চৰকাৰৰ লগতে জিলা প্ৰশাসন
২৬ জুনলৈকে বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ
২৬ জুনত নিত্য পূজাৰ পিছতে খোল খাব দুৱাৰ
মন্দিৰ প্ৰাংগণত সংস্থাপন কৰা হৈছে CCTV
নীলাচলত মোতায়েন কৰা হ’ব সহস্ৰাধিক আৰক্ষী

Category