কিছু সকাহ! আজিৰে পৰা হ্ৰাস পালে ৫৪ বিধ জীৱনদায়িনী ঔষধৰ দাম....

medicine

দাম কমিল জীৱনদায়িনী ঔষধৰ
৫৪ বিধ জীৱনদায়িনী ঔষধৰ দাম আজিৰে পৰা হ্ৰাস
হ্ৰাস পালে ডায়েবেটিক, বৃক্ক, এণ্টিবায়’য়টিক ঔষধৰ
ভিটামিন-ডি, মাল্টি ভিটামিনৰো হ্ৰাস পালে দাম
NPPAৰ বৈঠকত লোৱা হ’ল এই সিদ্ধান্ত
মে’ মাহতো হ্ৰাস কৰা হৈছিল ৪১বিধ জীৱনদায়িনী ঔষধৰ দাম

Category