NPPA

দাম কমিল জীৱনদায়িনী ঔষধৰ
৫৪ বিধ জীৱনদায়িনী ঔষধৰ দাম আজিৰে পৰা হ্ৰাস
হ্ৰাস পালে ডায়েবেটিক, বৃক্ক, এণ্টিবায়’য়টিক ঔষধৰ
ভিটামিন-ডি, মাল্টি ভিটামিনৰো হ্ৰাস পালে দাম
NPPAৰ বৈঠকত লোৱা হ’ল এই সিদ্ধান্ত
মে’ মাহতো হ্ৰাস কৰা হৈছিল ৪১বিধ জীৱনদায়িনী ঔষধৰ দাম