গুৱাহাটীৰ কাৰাগাৰত আত্মগোপন মণিপুৰৰ উগ্ৰপন্থীৰ....

manipur

গুৱাহাটীৰ কাৰাগাৰত আত্মগোপন মণিপুৰৰ উগ্ৰপন্থীৰ
NIAৰ দীঘলীয়া অনুসন্ধানৰ পিছত বিচাৰি পালে কাৰাগাৰত
চলিত বৰ্ষৰ জানুৱাৰীত মণিপুৰৰ বিষ্ণুপুৰৰ হৈছিল হত্যাকাণ্ড
হত্যাকাণ্ডত জড়িত আছিল ঘাতকৰ দল
NIAৰ তদন্তত গুৱাহাটীৰ কাৰাগাৰত ওলাল এজন ঘাতক
অন্য গোচৰত অসমৰ কাৰাগাৰতে আছিল ঘাতকটো
ততাতৈয়াকৈ গ্ৰেপ্তাৰ লুনমিনচেই কিপঝেন নামৰ ঘাতকটো
লুনমিনচেইক জেৰা কৰিলে অধিক তথ্য লাভৰ সম্ভাৱনা

Category