দিল্লীত আজি NDAৰ সংসদীয় সমিতিৰ বৈঠক, ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰিব চৰকাৰ গঠনৰ দাবী পত্ৰ....

modi

আজি দিল্লীত NDAৰ সংসদীয় সমিতিৰ বৈঠক
বৈঠকতে সংসদীয় দলৰ নেতা হিচাপে বাছনি কৰিব মোদীক
দিল্লীত উপস্থিত NDAৰ নৱনিৰ্বাচিত সকলো সাংসদ
ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰিব চৰকাৰ গঠনৰ দাবী পত্ৰ
বিয়লি ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ’ব NDAৰ নেতৃত্ব
৯ জুনত ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰীয়ে ল’ব শপত
তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে

Category