৮ ৰাজ্যত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত, পুৱা ১ বজালৈ ভোটগ্ৰহণৰ হাৰ 40%……

assam

৮ ৰাজ্যত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত

পুৱা ১ বজালৈ ভোটগ্ৰহণৰ হাৰ 40%

হিমাচল প্ৰদেশত ভোটগ্ৰহণৰ হাৰ 48.6%

ওড়িশাত ভোটগ্ৰহণৰ হাৰ 37.6%

বিহাৰত ভোটগ্ৰহণৰ হাৰ 36.7%

চণ্ডীগড়ত ভোটগ্ৰহণৰ হাৰ 40.1%

ঝাৰখণ্ডত ভোটগ্ৰহণৰ হাৰ 46.8%

পাঞ্জাৱত ভোটগ্ৰহণৰ হাৰ 37.8%

উত্তৰ প্ৰদেশত ভোটগ্ৰহণৰ হাৰ 39.3%

পশ্চিমবংগত ভোটগ্ৰহণৰ হাৰ 45.1%

Category