
৭ ৰাজ্য, এখন কেন্দ্ৰীয়শাসিত ৰাজ্যত ভোটগ্ৰহণ
আজি দেশত লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ
পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া
৮ ৰাজ্যৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ আৰম্ভ
৯০৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব EVMত
বাৰাণসীত নিৰ্ধাৰণ হ’ব প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা
৪ জুনত ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল!
Category
- Log in to post comments