গুৱাহাটী উচ্চ ন্যায়ালয় খৰ্গহস্ত দীপৰ বিল সন্দৰ্ভত
দীপৰ বিলৰ সীমা সংকুচিত হৈছে
দখলকাৰীয়ে পুঁতিছে দীপৰ বিলৰ বহুস্থান
জাবৰ নিষ্কাশনৰ ফলতো পোঁত খাইছে দীপৰ বিল
কিন্তু প্ৰশাসনৰ কোনো স্পষ্ট উত্তৰ নাই
আনকি দীপৰ বিলৰ সীমা সন্দৰ্ভত নাই সঠিক তথ্য
জিলা আয়ুক্ত নীৰৱ দীপৰ বিল সন্দৰ্ভত
আদালতৰ প্ৰশ্ন আয়ুক্তই শপতনামা কিয় দিয়া নাই?
চৰকাৰে দীপৰ বিল সীমা নিৰ্ধাৰণৰ সন্দৰ্ভত কি কৰিছে?
মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্নত বিতত চৰকাৰী পক্ষ
আজিয়েই দীপৰ বিল পোঁতা সন্দৰ্ভত তথ্য দিব বুলি জনালে চৰকাৰী অধিবক্তাই
এক জনস্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতৰ এই প্ৰতিক্ৰিয়া
- Log in to post comments