
ভক্তৰ বাবে খোল খালে কেদাৰনাথ ধামৰ দুৱাৰ
৬ মাহৰ অন্তত খোল খালে কেদাৰনাথৰ দুৱাৰ
আজি পুৱা ৭ বজাত মাংগলিক পৰ্বৰে খোল খালে দুৱাৰ
৬ মাহৰ বাবে ভক্তৰ বাবে খোলা থাকিব কেদাৰনাথ
বিভিন্ন প্ৰান্তৰ ভক্তৰে ভৰি পৰিছে কেদাৰনাথ ধাম
উত্তৰাখণ্ডৰ হৰিদুৱাৰ ষ্টেচন, ডেৰাডুন বিমান বন্দৰত পৰ্যটকৰ ভিৰ
উত্তৰাখণ্ড চৰকাৰেও গঢ়ি তুলিছে সকলো ব্যৱস্থা
দুৱাৰ মুকলিৰ পূৰ্বে ফুলেৰে সজাই তোলা হৈছে মন্দিৰ চৌহদ!
Category
- Log in to post comments