আজি দেশৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ! পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ....

Election

অষ্টাদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
দেশৰ ১২ ৰাজ্যৰ ৯৪ সমষ্টিত ভোটগ্ৰহণ
১০ ৰাজ্য আৰু ২ কেন্দ্ৰীয়শাসিত অঞ্চলত এই ভোটগ্ৰহণ
অসমৰ ৪ সমষ্টিত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ
বিহাৰৰ ৫, ছত্তিশগড়ৰ ৭, গোৱাৰ ২ সমষ্টিত ভোটগ্ৰহণ
গুজৰাটৰ ২৬, কৰ্ণাটকৰ ১৪, মধ্যপ্ৰদেশৰ ৮ সমষ্টিত ভোট
মহাৰাষ্ট্ৰৰ ১১, UPৰ ১০, পশ্চিমবংগৰ ৪ সমষ্টিত ভোট
জন্মু-কাশ্মীৰৰ ১, দাদৰা-নগৰ হাৱেলী তথা দামানৰ ১ সমষ্টিত ভোট
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত কেইবাগৰাকী হেভিৱেট প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়
গুজৰাটৰ গান্ধীনগৰত প্ৰতিদ্বন্দ্বিতা গৃহমন্ত্ৰী অমিত শ্বাহৰ
কংগ্ৰেছৰ সোনাল পেটেলৰ সৈতে প্ৰতিদ্বন্দ্বিতা অমিত শ্বাহৰ
কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ প্ৰতিদ্বন্দ্বিতা
মধ্যপ্ৰদেশৰ গুণা সমষ্টিত প্ৰতিদ্বন্দ্বিতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ
মধ্যপ্ৰদেশৰ বিদিশাত প্ৰতিদ্বন্দ্বিতা বিজেপিৰ শিৱৰাজ সিং চৌহানৰ
মধ্যপ্ৰদেশৰ ৰাজগড় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছৰ দিগ্বিজয় সিঙৰ
মহাৰাষ্ট্ৰৰ বাৰামতিত প্ৰতিদ্বন্দ্বিতা NCPৰ শাৰদ গোটৰ সুপ্ৰিয়া সুলেৰ
NCP নেতা শাৰদ পাৱাৰৰ জীয়ৰী সুপ্ৰিয়া সুলে
উত্তৰ প্ৰদেশৰ মেইনপুৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা ডিম্পল যাদৱৰ
SP নেতা অখিলেশ যাদৱৰ পত্নী ডিম্পল যাদৱ
কৰ্ণাটকৰ ধাৰোৱাৰত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ প্ৰতিদ্বন্দ্বিতা
পশ্চিমবংগত কংগ্ৰেছ নেতা অধিৰঞ্জন চৌধুৰীৰ প্ৰতিদ্বন্দ্বিতা
পশ্চিমবংগৰ বহৰমপুৰ সমষ্টিৰ প্ৰাৰ্থী অধিৰঞ্জন চৌধুৰী

Category
Profile picture for user UB Photos