কাইলৈ ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ! ৪টা লোকসভা সমষ্টিত হ’ব ভোটগ্ৰহণ....

Election

কাইলৈ ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ
৪টা লোকসভা সমষ্টিত হ’ব ভোটগ্ৰহণ
গুৱাহাটী, বৰপেটা, ধুবুৰী, কোকৰাঝাৰত ভোটযুদ্ধ
৪টা সমষ্টিৰ ৪৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব EVMত
ইতিমধ্যে ভোটকেন্দ্ৰলৈ ৰাওনা প’লিং–প্ৰিজাইডিং বিষয়া

Election


৮১ লাখৰো অধিক ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য
২ নাৰীশক্তিৰ নিৰ্বাচনী মহাৰণেৰে আকৰ্ষণীয় গুৱাহাটী সমষ্টি
৪ সমষ্টিৰ ৩ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা
কাইলৈ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ চলিব ভোটগ্ৰহণ

Category
Profile picture for user UB Photos