
আজি অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী
ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে
ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে
সংখ্যালঘু অধ্যুষিত ধুবুৰীত প্ৰিয়ংকাৰ প্ৰচাৰত গুৰুত্ব
গৌৰীপুৰত বিশাল জনসভাত অংশ ল’ব প্ৰিয়ংকাই
বিয়লি ২ বজাত উভতি যাব নতুন দিল্লীলৈ
Category
- Log in to post comments