
স্কুলবেগৰ ওজন কমোৱাৰ নিৰ্দেশ শিক্ষা বিভাগৰ
বিভিন্ন সময়ত স্কুলিয়া ছাত্ৰ ছাত্ৰীসকলক নিৰ্দেশনা দেখা পোৱা যায় । পুনৰ বাৰ নতুন নিৰ্দেশনা জাৰী কৰিছে শিক্ষা বিভাগে ।ছাত্ৰ-ছাত্ৰীৰ স্কুলবেগৰ ওজন কমোৱাৰ নিৰ্দেশ জাৰী কৰা হৈছে । অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ জিলা শিক্ষা বিষয়ালৈ । চলিত শিক্ষাবৰ্ষৰ পৰাই কাৰ্যকৰী কৰাৰ এই নিৰ্দেশ । প্ৰতিখন বিদ্যালয়ে পালন কৰিব লাগিব এই নিৰ্দেশ ।শিক্ষা বিভাগে যিকোনো মুৰ্হূততে কৰিব ওজনৰ পৰীক্ষা!
Category
- Log in to post comments