খাৰিজ হব নেকি মীৰা বৰঠাকুৰৰ মনোনয়ন পত্ৰ....

assam



মীৰা বৰঠাকুৰৰ বিৰুদ্ধে ন্যায়লয়ত দ্বাৰস্থ হব গুৱাহাটী লোকসভা সমষ্টিৰ দুই প্ৰাৰ্থী
ক্ৰমে অমিতাভ শৰ্মা আৰু কাজী নেকিব আহমেদ

মীৰা বৰঠাকুৰৰ মনোনয়ন পত্ৰৰ কলম আতৰোৱাৰ অভিযোগ

নিৰ্বাচন আয়োগৰ আবেদন যিধৰণে প্ৰকাশ আছে তাৰ সালসলনি কৰিছে প্ৰাৰ্থী গৰাকীয়ে

একেসময়তে মনোনয়ন পত্ৰৰ শপতনামাত উল্লেখ নাই মীৰা বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

যিটো পূৰ্বে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হোৱা সময়ত উল্লেখ আছিল

যাৰবাবে প্ৰাৰ্থী গৰাকী আৰু নিৰ্বাচন আযোগৰ ভূমিকাক লৈ সৰব অমিতাভ শৰ্মা আৰু কাজী নেকিব আহমেদ

নিৰ্বাচন আয়োগে পক্ষপাতিত্বমূলক ভূমিকা লোৱাৰ অভিযোগ

যাৰবাবে মিৰা‌ বৰঠাকুৰৰ বিৰুদ্ধে ন্যায়লয়ত দ্বাৰস্থ হব অভিযোগ কাৰী দুই প্ৰাৰ্থী ।

Category
Profile picture for user UB Photos