কাইলৈ দেশত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন; EVMত বন্দী হ’ব ৩৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য......

Election

কাইলৈ দেশত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন
প্ৰথম পৰ্যায়ত অসমত ৫ সমষ্টিত ভোটগ্ৰহণ
১৯ এপ্ৰিলত লখিমপুৰ, ডিব্ৰুগড়ত ভোটগ্ৰহণ
বহুচৰ্চিত যোৰহাটত ভোটগ্ৰহণ ১৯ এপ্ৰিলত
প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ’ব কাজিৰঙা, শোণিতপুৰত
প্ৰথম পৰ্যায়ত অসমত EVMত বন্দী হ’ব ৩৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য
আজি ভোটকেন্দ্ৰ অভিমুখে প্ৰিজাইডিং, প’লিং বিষয়া
পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
সন্ধিয়া ৫ বজাত অন্ত পৰিব ভোটগ্ৰহণ প্ৰক্ৰিয়া
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পন্ন আয়োগৰ

Category
Profile picture for user UB Photos