ঘোষণা হ’ল লতাশিলৰ বিহু সম্ৰাজ্ঞী, বিহু ৰাণী, বিহু কুঁৱৰী....

BIHU

ঘোষণা হ’ল লতাশিলৰ বিহু সম্ৰাজ্ঞী, বিহু ৰাণী, বিহু কুঁৱৰী

ধেমাজিৰ শিৰোশ্ৰী শইকীয়াৰ শিৰত ২০২৪ৰ বিহু সম্ৰাজ্ঞীৰ মুকুট

 

৭গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত

ডিব্ৰুগড়ৰ ঋতুপৰ্ণা দাসলৈ বিহু কুঁৱৰীৰ খিতাপ

ধেমাজিৰ পাহাৰী বৰোগোহাঁইলৈ ২০২৪ৰ বিহু ৰাণীৰ খিতাপ

শ্ৰেষ্ঠ ঢুলীয়া চিৰঞ্জিব বৰ্মন, শ্ৰেষ্ঠ পেঁপুৱা যদুমণি গগৈ

শিৰোশ্ৰী শইকীয়াই লাভ কৰে নগদ ১ লাখ টকা, চলন্ত দণ্ড, চলন্ত মুকুট, দহ গ্ৰাম সোনৰ মুদ্ৰা, এটা ৰেফিজেৰেটৰ,এটা ৱাচিঙ মেচিন,এটা টিপি আৰু এটা কৰ্ম সংস্থাপন। লগতে বিহু কুঁৱৰী ৰিতুপৰ্ণা দাসে লাভ কৰে ৩১ হাজাৰ টকা, মানপত্ৰৰ লগতে বহু আকৰ্ষণীয় পুৰস্কাৰ। বিহুৰাণী পাহাৰী বুঢ়াগোঁহায়ে লাভ কৰে ৫১ হাজাৰ টকা, মানপত্ৰ লগতে বহু আকৰ্ষণীয় পুৰস্কাৰ।

Category
Profile picture for user UB Photos