পতঞ্জলিৰ সন্দৰ্ভত বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰ
যোগগুৰু ৰামদেৱক ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ
যোগগুৰুৰ দায়িত্বহীন বিজ্ঞাপনত ক্ষুব্ধ ন্যায়ালয়
ন্যায়ালয়ৰ মজিয়াত ভুল কৰা বুলি স্বীকাৰ ৰামদেৱৰ
ভৱিষ্যতে এনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি ৰামদেৱৰ
ক্ষমা খোজাৰ পাছতো ৰেহাই নাপালে ৰামদেৱে
অহা ২৩ এপ্ৰিলত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য
পুনৰ ন্যায়ালয়ত হাজিৰ হ’ব লাগিব ৰামদেৱ, বালাকৃষ্ণণ
Category
- Log in to post comments