আজি অসমলৈ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীৰ আগমনক লৈ গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা....

modi

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা
১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাণিজ্যিক বাহন চলাচলত নিষিদ্ধ
বিয়লি ৩ বজাৰ পৰা নিশা ১০ বজালৈ এই নিৰ্দেশনা
DG ৰোড, MG ৰোড, GNB ৰোডৰ ক্ষেত্ৰতো একেই নিৰ্দেশনা
GS ৰোড আৰু বি বৰুৱা ৰোডৰ ক্ষেত্ৰতো এই নিৰ্দেশনা জাৰি
পথকেইটাত চলিব নোৱাৰিব লেহেমীয়া গতিৰ বাহনো
ASTC আৰু চিটী বাছৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নিৰ্দেশনা

Category