নিৰ্বাচনী ৰণশিঙা বজাবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ মোদী......

modi

নিৰ্বাচনী ৰণশিঙা বজাবলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
সন্ধিয়া ৭.৩০ বজাত গুৱাহাটীত উপস্থিত হ’ব PM
গুৱাহাটী আৰু নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে
কইনাধৰালৈ যোৱাৰ পথত GS ৰোডত জনোৱা হ’ব আদৰণি
প্ৰধানমন্ত্ৰীক আদৰণি জনাব প্ৰায় ২০ হাজাৰ বিজেপি কাৰ্যকৰ্তাই
নিশাটো কইনাধৰাতে কটাব প্ৰধানমন্ত্ৰীগৰাকী
কাইলৈ নলবাৰীত প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা
বৰপেটাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ চলাব প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ আগমনক লৈ তৎপৰ বিজেপিৰ কাৰ্যকৰ্তা
সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰ
নিৰাপত্তাৰ বাবে ঠায়ে ঠায়ে লগোৱা হৈছে বেৰিকেড

Category
Profile picture for user UB Photos