বিহুৰ আনন্দৰ মাজতেই দেৰগাঁৱত গঁড়ৰ আতংক....

rihno

 

বিহুৰ আনন্দৰ মাজতেই দেৰগাঁৱত গঁড়ৰ আতংক

গঁড়ৰ মুক্ত বিচৰণক লৈ আতংকিত হাঁহছোৱাবাসী

গুৰুতৰভাৱে আহত হাঁহছোৱাৰ লাতু দাস

সংকটজনক অৱস্থাত JMCHত ভৰ্তি আহতক

কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ আক্ৰমণ

গঁড়টোক খেদি পঠোৱাৰ বাবে বনকৰ্মীৰ অভিযান

পুৱাই গঁড় চাবলৈ ওলাই আহিল শ শ লোক

দেৰগাঁৱৰ কৰৈয়নীত উত্তপ্ত পৰিস্থিতি

বনকৰ্মীৰ গুলীত আহত এজন লোক

আঘাতপ্ৰাপ্ত নাছিৰউদ্দিন নামৰ লোকজন

গঁড় খেদিবলৈ বুলি চলোৱা গুলীত আহত

আহতক খকন্দগুৰি স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ

Category
Profile picture for user UB Photos