বিপদত যোগগুৰু ৰামদেৱ! ৰামদেৱৰ ক্ষমা-প্ৰাৰ্থনাৰ আবেদন খাৰিজ ছুপ্ৰিম ক’ৰ্টৰ......

ramdev

বিপদত যোগগুৰু ৰামদেৱ
ৰামদেৱৰ ক্ষমা-প্ৰাৰ্থনাৰ আবেদন খাৰিজ ছুপ্ৰিম ক’ৰ্টৰ
আদালত অৱমাননাৰ গোচৰত বিপদত যোগগুৰুজন
মিছা বিজ্ঞাপন প্ৰচাৰ কৰি ঔষধ বিক্ৰীৰ অভিযোগ যোগগুৰুৰ বিৰুদ্ধে
ৰামদেৱৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে
পতঞ্জলিয়ে ইচ্ছাকৃতভাৱে আদালত অৱমাননা কৰাৰ অভিযোগ
গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ১৬ এপ্ৰিল ধাৰ্য
 

Category
Profile picture for user UB Photos