দিল্লী উচ্চ ন্যায়ালয়ত মুখথেকেচা অৰবিন্দ কেজৰিৱালৰ! ন্যায়ালয়ে ৰেহাই নিদিলে কেজৰিৱালক........

Arvind Kejriwal

দিল্লী উচ্চ ন্যায়ালয়ত মুখথেকেচা অৰবিন্দ কেজৰিৱালৰ
ন্যায়ালয়ে ৰেহাই নিদিলে কেজৰিৱালক
তিহাৰ জে’লতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী
EDৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাইছিল কেজৰিৱালে
‘কেজৰিৱালৰ গ্ৰেপ্তাৰক বৈধ আখ্যা উচ্চ ন্যায়ালয়ৰ
দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ অভিমত
কেজৰিৱালৰ আবেদন খাৰিজ কৰি এই অভিমত ন্যায়ালয়ৰ
EDৰ হাতত আছে পৰ্যাপ্ত তথ্য
কেজৰিৱালৰ সময়তে হৈছিল সুৰা কেলেংকাৰি

Category
Profile picture for user UB Photos