আগন্তুক কেইবাদিনলৈ বতৰে ল’ব কালৰূপ! কোন কোন জিলাত Yellow Alert জাৰি কৰা হৈছে?...........

weather

পুনৰবাৰ ৰাজ্যত বতৰে কালৰূপ লোৱাৰ সম্ভাৱনা! ৰাজ্যৰ একাধিক জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিলে Yellow Alert। ৰাজ্যৰ কেইবাখনো জিলাত হ’ব ধাৰাসাৰ বৰষুণ,।অতিপাত বৰষুণৰ লগতে ধুমুহা। আৰু বতাহৰ গতি বেগ।তীব্ৰ হোৱাৰ সম্ভাৱনা।

উল্লেখ্য যে, দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, গোৱালাপাৰা, কামৰূপ, কামৰূপ(মহানগৰ), মৰিগাঁও জিলাত হ’ব পাৰে ধাৰাসাৰ বৰষুণ। আনহাতে, পশ্চিম কাৰ্বি আংলং, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, হোজাই, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, লখিমপুৰ জিলাত হ’ব ধাৰাসাৰ বৰষুণ।।

মাজুলী, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিত জিলাত হ’ব ধাৰাসাৰ বৰষুণ। বাক্সা, চিৰাং, ওদালগুৰি, দৰং, ডিমা হাচাও জিলাত কোনোধৰণ Alert জাৰি কৰা নাই বতৰ বিজ্ঞান বিভাগে।
 

Category
Profile picture for user UB Photos