কাৰাবন্দী অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্যৰ অৱনতি! শেহতীয়াকৈ মধুমেহ ৰোগত অধিক আক্ৰান্ত কেজৰিৱাল

Arvind Kejriwal

কাৰাবন্দী অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্যৰ অৱনতি
কেজৰিৱালৰ স্বাস্থ্যৰ অৱনতিক লৈ উদ্বিগ্ন AAP কৰ্মী
শেহতীয়াকৈ মধুমেহ ৰোগত অধিক আক্ৰান্ত কেজৰিৱাল
৭ এপ্ৰিলত সমূহীয়া উপবাস আৰু অনশন কাৰ্যসূচী AAPৰ
গণেশগুৰিত AAP অসমৰ সংবাদমেলযোগে ঘোষণা
বিজেপিৰ বিৰুদ্ধে আক্ৰোশমূলক স্থিতিৰ অভিযোগ
বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনবিধি ভংগৰো অভিযোগ
‘অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰিছে বিজেপিয়ে’
AAP অসমে অভিযোগ দাখিল কৰিব নিৰ্বাচন আয়োগক

Category
Profile picture for user UB Photos