‘এপ্ৰিল ফুল’ত সচাঁকৈ আমাক fool বনাইছে মোদীয়ে’,‘এপ্ৰিল ফুল’ত সচাকৈ আমাক fool বনাইছে মোদীয়ে’......

aap

ঔষধৰ দামবৃদ্ধি প্ৰসংগত আপৰ সংবাদমেল
‘মোদী চৰকাৰৰ বাবেই ৯২৩বিধ ঔষধৰ দাম বৃদ্ধি পাইছে’
‘শ শ কোটি টকাৰ ইলেক্ট্ৰৰেল ব’ণ্ড সংগ্ৰহ কৰিছিল মোদী চৰকাৰে’
‘এপ্ৰিল ফুল’ত সচাকৈ আমাক fool বনাইছে মোদীয়ে’
‘মোদী চৰকাৰক বণ্ডৰ নামত টকা দিয়া ঔষধ কোম্পানীয়ে বৃদ্ধি কৰিছে দাম’
‘দিল্লী, পাঞ্জাবত আমাৰ চৰকাৰে বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদান কৰিছে’
‘এই ঔষধসমূহৰ বহু ঔষধ উন্নত মানদণ্ডৰ নহয় বুলি প্ৰমাণিত হৈছে’
‘এজন মন্ত্ৰীয়ে কৈছে- দামী দামী ঔষধ খালে ঔষধৰ দাম বেছি হ’বই’
‘তেওঁ কিন্তু সাধাৰণ কিডনীৰ বেমাৰতে দিল্লীলৈ গৈছিল’
অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰকলৈও মন্তব্য আপৰ
‘কেজৰিৱালৰ বিৰুদ্ধে একো প্ৰমাণ গোটাব পৰা নাই EDয়ে’
‘লোকক জেৰা কৰি, অভিযান চলাইও গোটাব পৰা নাই প্ৰমাণ’

Category
Profile picture for user UB Photos