কংগ্ৰেছ ত্যাগ কৰিলে ভৰত নৰহে, AICCৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ.........

Bharat

কংগ্ৰেছ ত্যাগ কৰিলে ভৰত নৰহে
AICCৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ
তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সদস্যপদ ত্যাগ
পত্নী ৰাণী নৰহে টিকট নোপোৱাত ক্ষোভ ভৰত নৰহৰ
দেওবাৰে APCCৰ মিডিয়া কোষৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ
বৰ্তমান নাওবৈচাৰ বিধায়ক ভৰত নৰহ
ঢকুৱাখনাৰ পৰা ৫ বাৰকৈ বিধায়ক আছিল ভৰত নৰহ
ঢকুৱাখনাৰ পৰা ১৯৮৫ত প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত
অগপৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ভৰত নৰহ
তিনিবাৰকৈ কেবিনেট মন্ত্ৰী আছিল ভৰত নৰহ
২০১২ৰ পৰা ’১৬লৈকে আছিল মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা
নৰহৰ কংগ্ৰেছ ত্যাগৰ পিছতে বিজেপিত যোগদানৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে দলত্যাগৰ পত্ৰ প্ৰেৰণ ভৰত নৰহৰ
কংগ্ৰেছ ত্যাগ কৰিব পাৰে ৰাণী নৰহেও

Category
Profile picture for user UB Photos