আলফা (স্বাঃ)এ মুকলি কৰি দিয়া ৩ অপহৃতৰ সন্ধান লাভ......

ulfa

আলফা (স্বাঃ)এ মুকলি কৰি দিয়া ৩ অপহৃতৰ সন্ধান লাভ
অৱশেষত উদ্ধাৰ হ’ল ৩ অপহৃত কয়লা খনিৰ শ্ৰমিক
জ্ঞান থাপা, চন্দন নাৰ্জাৰী, লেখক বৰাৰ সন্ধান লাভ
১৮ ফেব্ৰুৱাৰীত কয়লা খনিৰ পৰাই কৰিছিল অপহৰণ
৩৫ দিনৰ অন্তত মুকলি কৰি দিয়ে আলফা (স্বাঃ)এ
অৰুণাচলৰ ফিনবেৰু কয়লা খনিত কৰ্মৰত আছিল ৩ শ্ৰমিক
শুকুৰবাৰে আলফাই মুকলি কৰি দিয়ে শ্ৰমিককেইজনক
অৰুণাচলৰ লিম্বু বস্তিত মুকলি কৰি থৈ যায় শ্ৰমিককেইজনক
আজি অৰুণাচল আৰক্ষীয়ে উদ্ধাৰ কৰে লোককেইজনক
৩ শ্ৰমিকক অসম আৰক্ষীক গতাই দিব অৰুণাচল আৰক্ষীয়ে

Category
Profile picture for user UB Photos