দেশৰ ২১ ৰাজ্যৰ ১০২টা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন
১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আৰম্ভ মনোনয়ন দাখিল প্ৰক্ৰিয়া
২০ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ চলিব মনোনয়ন দাখিল প্ৰক্ৰিয়া
পুডুচেৰী, মিজোৰাম, ছিকিম, নাগালেণ্ডত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন
জম্মু-কাশ্মীৰ, ত্ৰিপুৰা, লাক্ষাদ্বীপ, আন্দামান নিকোবৰতো প্ৰথম পৰ্যায়ত নিৰ্বাচন
মেঘালয়, মণিপুৰ, অৰুণাচলৰ দুটাকৈ সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন
পশ্চিমবংগৰ ৩ সমষ্টিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন
মহাৰাষ্ট্ৰ, অসম আৰু উত্তৰাখণ্ডৰ ৫টাকৈ সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন
মধ্যপ্ৰদেশৰ ৬, বিহাৰৰ ৪ সমষ্টিতো প্ৰথম পৰ্যায়ৰ নিৰ্বাচন
ৰাজস্থানৰ ৬, তামিলনাডুৰ ৩৯ সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন
২৮ মাৰ্চত মনোনয়ন পৰীক্ষণ, ৩০ মাৰ্চত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন
বিহাৰত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২ এপ্ৰিল
- Log in to post comments