তিনিচুকীয়াত প্ৰচাৰ অভিযানত সৰ্বানন্দ সোণোৱাল......

Sarbananda Sonowal

তিনিচুকীয়াত প্ৰচাৰ অভিযানত সৰ্বানন্দ সোণোৱাল
মাকুম সমষ্টিত উপস্থিত ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থীগৰাকী
কেইবাটাও স্তৰৰ দলীয় কাৰ্যকৰ্তাৰ সভাত অংশগ্ৰহণ
কাৰ্যকৰ্তাসকলৰ দলৰ প্ৰতি থকা উৎসাহ দেখি আনন্দিত

প্ৰচাৰ অভিযানৰ মাজতে সংবাদ মাধ্যমক সম্বোধন সোণোৱালৰ
৬ এপ্ৰিলত বিজেপিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী
প্ৰতিজন কাৰ্যকৰ্তাৰ ঘৰে ঘৰে দলীয় পতাকা উৰুওৱাৰ আহ্বান
ৰাজ্যৰ প্ৰগতি, ৰাইজৰ শান্তিৰ বাবে কাম কৰাৰ সংকল্পবদ্ধ

কাৰ্য্যকৰ্তা সভাত উপস্থিত থাকে ৰাজ্যিক শ্ৰম সঞ্জয় কিশান,ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন,শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া, ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা ,মা ৰ্ঘেৰিটাৰ সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, চাবুৱাৰ সমষ্টিৰ বিধায়ক পোনা কণ বৰুৱা প্ৰমুখ্যে কৰি ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ দলৰ শীৰ্ষ পৰ্যায়ৰ দলীয় বিষয়ববীয়াসকল।

তদুপৰি আজিৰ কাৰ্যকৰ্তা সভাতে কেইবাগৰাকীও ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰে।
 

Category
Profile picture for user UB Photos