
আজি কংগ্ৰেছৰ লখিমপুৰৰ প্ৰাৰ্থী ঘোষণাৰ সম্ভাৱনা
প্ৰাৰ্থী ঘোষণা কৰিবলৈ গৈ বাৰে বাৰে দোমোজাত হাই কমাণ্ড
আজি আনুষ্ঠানিকভাৱে প্ৰাৰ্থীৰ নাম ঘোষণাৰ সম্ভাৱনা
লখিমপুৰত কেইবাজনো আছিল প্ৰাৰ্থিত্বৰ দাবীদাৰ
প্ৰাক্তন সাংসদ ৰাণী নৰহো আছিল প্ৰাৰ্থিত্বৰ দাবীদাৰ
ইতিমধ্যে দিল্লীত বাহৰ পাতিছে ৰাণী নৰহে
উদয় শংকৰ হাজৰিকাও লখিমপুৰৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী
আজি গুৱাহাটীলৈ আহিব তত্বাৱধায়ক জীতেন্দ্ৰ সিং
গুৱাহাটীত জীতেন্দ্ৰ সিঙৰ বিশেষ সংবাদমেল
উপস্থিত থাকিব বিৰোধী ঐক্যমঞ্চৰ সকলো সহযোগী দল
প্ৰাৰ্থীৰ সৈতে ৰাজীৱ ভৱনত অনুষ্ঠিত হ’ব বৈঠক
- Log in to post comments