প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতৰ বৃহৎ সাফল্য, ৫ হাজাৰ কি.মি. মাৰক দূৰত্বৰ অগ্নি-5ৰ সফল পৰীক্ষণ.......

AGNI-5-missile

প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতৰ বৃহৎ সাফল্য
৫ হাজাৰ কি.মি. মাৰক দূৰত্বৰ অগ্নি-5 ৰ সফল পৰীক্ষণ
চীন, ইউৰোপ, দক্ষিণ আফ্ৰিকাক সামৰি ল’ব অগ্নি-5এ
ভূ-ভাগৰ পৰা ভূ-ভাগলৈ লক্ষ্য নিৰূপণ কৰিব অগ্নি-5এ
একেৰাহে কেইবাটাও লক্ষ্যত আঘাত হানিব পাৰে অগ্নি-5 মিছাইলে
অগ্নি-5 মিছাইলত সংলগ্ন কৰিব পৰা যাব পাৰমাণৱিক বোমা
২৯,৪০১ কি.মি. প্ৰতিঘণ্টাত গতিবেগ ল’ব অগ্নি-5 এ
অগ্নি-5 ৰ সফল পৰীক্ষণক লৈ উৎফুল্লিত প্ৰধানমন্ত্ৰী মোদী
প্ৰতিৰক্ষা গৱেষণা সংস্থা DRDO ই প্ৰস্তুত কৰিছিল অগ্নি-5
DRDO ক ধন্যবাদ জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Category
Profile picture for user UB Photos