আজি অসমলৈ প্ৰধানমন্ত্ৰী! তেজপুৰ বিমানবন্দৰৰ পৰা কাজিৰঙালৈ যাব PM.......

pm

আজি অসমলৈ প্ৰধানমন্ত্ৰী
তেজপুৰ বিমানবন্দৰৰ পৰা কাজিৰঙালৈ যাব PM
নিশাটো কাজিৰঙাতে কটাব প্ৰধানমন্ত্ৰীগৰাকীয়ে
৯ মাৰ্চৰ পুৱাই কাজিৰঙা পৰিদৰ্শন কৰিব PMএ
কাজিৰঙাৰ পৰা পোনে পোনে অৰুণাচললৈ যাব PM
অৰুণাচলত দুটা কাৰ্যসূচীত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে
কাৰ্যসূচীত অংশ লৈ পুনৰ আহিব যোৰহাটলৈ
বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব PMএ
প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ৫,৫৫,০৫৫টা PMAY গৃহ
মেলেংমেটেৰী পথাৰৰ পৰাই মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
ভাৰ্ছুৱেলী উদ্বোধন কৰিব তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়
শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ো উদ্বোধন কৰিব PMএ
বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ বাবে ৩০০ কোটিৰ প্ৰকল্প উদ্বোধন
ডিগবৈ শোধানাগাৰৰ বহন ক্ষমতা বৃদ্ধিৰ শুভাৰম্ভ
শুভাৰম্ভ কৰিব ভাৰতীয় ৰে’লৰ দুটা প্ৰকল্পৰো
লাচিতৰ প্ৰতিমূৰ্তি ৯ মাৰ্চত শুভাৰম্ভ কৰিব মোদীয়ে
৯ মাৰ্চৰ কাৰ্যসূচীৰ পাছত প্ৰধানমন্ত্ৰী ৰাওনা হ’ব পশ্চিমবংগলৈ

Category
Profile picture for user UB Photos