উন্নয়নৰ টোপোলা লৈ আজি লখিমপুৰ-ডিব্ৰুগড়লৈ মুখ্যমন্ত্ৰী........

himu

উন্নয়নৰ টোপোলা লৈ আজি লখিমপুৰ-ডিব্ৰুগড়লৈ মুখ্যমন্ত্ৰী
ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ অবিৰত প্ৰয়াস ৰাজ্য চৰকাৰৰ
লখিমপুৰত ৮০৭ কোটিৰ প্ৰকল্পৰ শিলান্যাস, উদ্বোধন, ভূমিপূজন
লখিমপুৰত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
নাৰায়ণপুৰৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ
বিশাল জনসভা সম্বোধন মুখ্যমন্ত্ৰীৰ
১১২ কোটি টকা ব্যয়ৰে নিৰ্মাণ চিকিৎসালয়খন
লখিমপুৰত ৮০৭ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন
ৰাজ্যখনত ১ লাখ কোটি টকাৰ কাম আৰম্ভ হৈছে
২৪ মাহত সম্পূৰ্ণ কৰিব লাগিব চিকিৎসালয়খনৰ কাম
১৮ মাহত কাম সম্পূৰ্ণ কৰিলে পুৰস্কাৰ পাব ঠিকাদাৰে
২০২৬লৈ নিযুক্তিৰ সংখ্যা ডেৰ লাখ হ’ব : মুখ্যমন্ত্ৰী
ডিব্ৰুগড়ৰতো মুখ্যমন্ত্ৰীৰ কেইবাটাও কাৰ্যসূচী
উদ্বোধন কৰিব নামচাং চাহ বাগিচাত PMAY ক’লনী
মুঠ ৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ এই গ্ৰামীণ কল’নী
তামুলপুৰতো বিকাশৰ যাত্ৰাৰ কাৰ্যসূচী
সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ ভূমিপূজন
১৯ কোটি টকাৰে নিৰ্মাণ হ’ব জিলা আয়ুক্তৰ কাৰ্যালয়

Category