মহাকাশলৈ যাবলৈ সাজু ৪ গৰাকী ভাৰতীয়.......

isro

মহাকাশলৈ যাবলৈ সাজু ৪ গৰাকী ভাৰতীয়
৪ গৰাকীকৈ লোকক গগনযান মিছনৰ বাবে কৰা হৈছে সাজু
প্ৰশান্ত নায়াৰ, অংগদ প্ৰতাপ, অজিত কৃষ্ণণ আৰু চৌহান উপাধিৰ এজন
মহাকাশলৈ মানৱ প্ৰেৰণৰ বাবে সাজু ISRO
ভাৰতীয় বায়ুসেনাত কৰ্মৰত আছিল আটাইকেইগৰাকী
বাংগালুৰুত প্ৰদান কৰি থকা হৈছে প্ৰশিক্ষণ
আজি আটাইকে প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰাৰ সম্ভাৱনা
মহাকাশলৈ মহাকাশচাৰী প্ৰেৰণ কৰা চতুৰ্থখন দেশ হ’‍ব ভাৰত

Category
Profile picture for user UB Photos