অসমত থাকিব নোৱাৰিব এজনো সুদখোৰ! সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হুংকাৰ........

Himanta Biswa Sarma

অসমত থাকিব নোৱাৰিব এজনো সুদখোৰ
সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হুংকাৰ
‘সুদখোৰৰ খবৰ লগে লগে দিয়ক আৰক্ষীক’

ইতিমধ্যে সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজ্যজুৰি চলিছে আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত আটক হৈছে শতাধিক সুদখোৰ। লগতে জব্দ হৈছে লাখ লাখ নগদ ধন। 

অবৈধ সুদখোৰৰ মানসিক হেঁচা আৰু অত্যাচাৰত ইতিমধ্যে প্ৰাণ গৈছে কেইবাজনৰো। দুখীয়া, নীচলা আৰু বিপদগ্ৰস্ত লোকৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ কৰি আহিছিল সুদত ধনী হ’ব বিচৰা সুদখোৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তৰ পিছত তীব্ৰতৰ হৈ পৰিছে আৰক্ষীৰ অভিযান। 

Category