ভাৰতৰ আন এক নতুন প্ৰয়াস! বতৰৰ আগজাননীৰ বাবে উৎক্ষেপণ হ’ব INSAT 3DS উপগ্ৰহ......

ISRO

ভাৰতৰ পুনৰ নতুন প্ৰয়াস। বতৰৰ আগজাননীৰ বাবে নতুন উপগ্ৰহ প্ৰেৰণ কৰিব ISRO য়ে। আজি সন্ধিয়া ৫.৩৫ বজাত উৎক্ষেপণ হ’ব এই উপগ্ৰহ। শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ’ব INSAT 3DS উপগ্ৰহ।

উল্লেখ্য যে, ভাৰতৰ মহাকাশ গৱেষণা সংস্থাৰ নতুন সংযোজন। উৎক্ষেপণ হ’ব INSAT 3DS উপগ্ৰহ। GSLV-F14এ মহাকাশত স্থাপন কৰিব INSAT 3DSক। সন্ধিয়া ৫.৩৫ বজাত উৎক্ষেপণ হ’ব এই উপগ্ৰহ। শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ।

জানিব পৰা মতে, বতৰ, জলবায়ু পৰিৱৰ্তন আদিবোৰ ক্ষেত্ৰত এই উপগ্ৰহে বিশেষ বাৰ্তা প্ৰেৰণ কৰিব। ইয়াৰ ফলত ভাৰতীয় জলবায়ু কেন্দ্ৰসমূহে দেশত আহিব পৰা বৰষুণ-ধুমুহাৰ লগতে ঘূৰ্ণি বতাহ আদিবোৰৰ আগজাননী দিয়াত সক্ষম হ’ব।

Category
Profile picture for user UB Photos