
দেশৰ ৰাজধানীত অব্যাহত আছে কৃষক বিদ্ৰোহ
দিল্লী সীমান্তত লক্ষাধিক কৃষকৰ প্ৰতিবাদ অব্যাহত
কৃষিজাত সামগ্ৰীৰ MSP বৃদ্ধি, ঋণ মাফৰ দাবী কৃষকৰ
কৃষকৰ বিৰুদ্ধে পূৰ্বে থকা গোচৰ প্ৰত্যাহাৰৰো দাবী
বিভিন্ন দাবী লৈ প্ৰতিবাদ কৃষক সংগঠনৰ
আজিও কেন্দ্ৰৰ প্ৰতিনিধিৰে গুৰুত্বপূৰ্ণ বৈঠক কৃষক নেতাৰ
শান্তিপূৰ্ণ প্ৰতিবাদৰ পোষকতা কৃষক নেতৃত্বৰ
হাৰিয়ানা, পঞ্জাৱৰ পৰা আহিছে লক্ষাধিক কৃষক
সীমান্তৰ দুই-এক অঞ্চলত হৈছে বিক্ষিপ্ত ঘটনা
Category
- Log in to post comments