চৰকাৰী নিৰ্দেশ নামানে একাংশ APS বিষয়াই.....

apsc

চৰকাৰী নিৰ্দেশ নামানে একাংশ APS বিষয়াই
৪০৬গৰাকী APS বিষয়াই দিয়া নাই সম্পত্তিৰ তথ্য
৩১ জানুৱাৰীৰ ভিতৰত তথ্য দাখিলৰ নিৰ্দেশ দিয়া হৈছিল
আজি পৰ্যন্ত দাখিল কৰা নাই সম্পত্তিৰ তথ্য
৩০৬গৰাকী APS বিষয়াৰ সম্পত্তিৰ তালিকা দাখিল
সম্পত্তিৰ তালিকাত বিশাল ভূ-সম্পত্তি
একো একোজন বিষয়াৰ ৭-৮ স্থানত বিশাল ভূ-সম্পত্তি
হোৰাহোৰে বাঢ়িছে স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমাণ

Category

Related Articles