উচ্চতম ন্যায়ালয়ত মুখথেকেছা হেমন্ত ছোৰেনৰ, EDএ ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অপসাৰিত মুখ্যমন্ত্ৰীগৰাকীক.........

hemant

উচ্চতম ন্যায়ালয়ত মুখথেকেছা হেমন্ত ছোৰেনৰ
হেমন্ত ছোৰেনৰ আবেদন নাকচ ন্যায়ালয়ৰ
উচ্চ ন্যায়ালয়লৈ যাবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
ভূমি কেলেংকাৰিৰ গোচৰত অভিযুক্ত ছোৰেন
কয়লা আৰু খনন কেলেংকাৰিতো নাম আছে ছোৰেনৰ
EDএ ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অপসাৰিত মুখ্যমন্ত্ৰীগৰাকীক
গ্ৰেপ্তাৰৰ পাছতেই পদৰ পৰা অপসাৰিত ছোৰেন
EDৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে শীৰ্ষ ন্যায়ায়ললৈ ছোৰেন
ছোৰেনৰ আবেদন শুনিবলৈ অস্বীকাৰ শীৰ্ষ ন্যায়ালয়ৰ
 

Category
Profile picture for user UB Photos