আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ ভাৰতীয়ৰ মৃত্যু! ১৯ বছৰীয়া শ্ৰেয়াছ ৰেড্ডী বেনিগাৰৰ মৃত্যু.........

America

আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ ভাৰতীয়ৰ মৃত্যু
১৯ বছৰীয়া শ্ৰেয়াছ ৰেড্ডী বেনিগাৰৰ মৃত্যু
OHIOত ব্যৱসায়ীক শিক্ষা লৈ আছিল ৰেড্ডীয়ে
শ্ৰেয়াছৰ পিতৃ-মাতৃৰ ঘৰ ভাৰতৰ হায়দৰাবাদত
ৰেড্ডীক হত্যাৰ সন্দেহ নিউয়ৰ্কস্থিত ভাৰতীয় দূতাবাসৰ
শ্ৰেয়াছ ৰেড্ডীৰ মৃত্যু সম্পৰ্কত আৰক্ষীৰ তদন্ত আৰম্ভ
ভাৰতীয় নাগিৰক হত্যাৰ এয়া চতুৰ্থটো ঘটনা

America


এসপ্তাহ পূৰ্বে নীল আচাৰ্য নামৰ এজনৰ হৈছিল মৃত্যু
১৬ জানুৱাৰীত মৃত্যু হৈছিল বিবেক চাইনী নামৰ এজনৰ
জৰ্জিয়াত দুৰ্বৃত্তই হত্যা কৰিছিল হাৰিয়ানাৰ যুৱকজনক
জানুৱাৰী মাহতেই অকুল ধাৱানৰো হৈছিল মৃত্যু
১৮ বছৰীয়া অকুল ধাৱানৰো সন্দেহজনক মৃত্যু
আমেৰিকাত ভাৰতীয়ৰ মৃত্যুত উদ্বেগ ভাৰতীয় দূতাবাসৰ
 

Category
Profile picture for user UB Photos