বিহাৰত নীতিশ কুমাৰৰ নতুন চৰকাৰ, বিজেপিৰে মিত্ৰতাত এই চৰকাৰ গঠন.........

nitish

বিহাৰত নীতিশৰ নতুন চৰকাৰ
বিজেপিৰে মিত্ৰতাত এই চৰকাৰ
নীতিশৰ নতুন মন্ত্ৰীসভাত বিহাৰ বিজেপিৰ সভাপতি
নীতিশ কেবিনেটত সম্ৰাট চৌধুৰী, বিজয় কুমাৰ সিনহা
উপ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ চৌধুৰী আৰু সিনহাৰ
কেবিনেটত অন্যান্য পাছপৰা শ্ৰেণীৰ একাধিক মন্ত্ৰী
কেবিনেটৰ সদস্য প্ৰেম কুমাৰ, বিজয় কুমাৰ চৌধুৰী
বিজেন্দ্ৰ যাদৱ, সন্তোষ কুমাৰ সুমন, শ্ৰৱণ কুমাৰ
কেবিনেটত নিৰ্দলীয় বিধায়ক সুমিত কুমাৰ সিং

Category
Profile picture for user UB Photos